ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
ଉଦାହରଣ : সোমবাৰ সপ্তাহৰ প্রথম দিন
ସମକକ୍ଷ : অহ্ন, দিন, দিৱস, বাসৰ
ଅର୍ଥ : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ
ଉଦାହରଣ : এতিয়া ৰামৰ পাল
ସମକକ୍ଷ : নম্বৰ, পাল
ଅର୍ଥ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
ଉଦାହରଣ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
ସମକକ୍ଷ : অহ, অহ্ন, দিন, দিনা, দিবা, দিৱস, বাসৰ, ৰোজ
ଅର୍ଥ : মদ কিনিলৈ খোৱা ঠাই
ଉଦାହରଣ : শ্যামাৰ গিৰিয়েকে সদায় মদিৰালয়ত মদ খাবলৈ যায়
ସମକକ୍ଷ : চেৰাপ ভাটি, তাড়িখানা, ভাটিখানা, মদিৰাগৃহ, মদিৰালয়, সুৰালয়
ଅର୍ଥ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
ଉଦାହରଣ : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
ସମକକ୍ଷ : দফা
ଅର୍ଥ : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি
ଉଦାହରଣ : এই ছবিখনৰ ফ্রেম লগাই দিয়ক
ସମକକ୍ଷ : ফ্রেম, বৃতি
ଅର୍ଥ : দহ আৰু দুই যোগ কৰিলে পোৱা সংখ্যা
ଉଦାହରଣ : ছয় আৰু ছয় মিলি বাৰ হয়
ସମକକ୍ଷ : দ্বাদশ, ১২
ଅର୍ଥ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
ଉଦାହରଣ : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
ସମକକ୍ଷ : কিস্তি, খেপ, দফা
ଅର୍ଥ : দহ আৰি দুই
ଉଦାହରଣ : নাৱত বাৰজন লোক উঠি আছিল
ସଂସ୍ଥାପନ କରନ୍ତୁ