ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : খেৰ-কুটা আদিৰে সজা চৰাইৰ ঘৰ
ଉଦାହରଣ : ঘৰচিৰিকাৰ বাহত দুটা পোৱালিয়ে চিঁ-চিয়াই আছে
ସମକକ୍ଷ : নীড়
ଅର୍ଥ : যি ঠাইত চৰায়ে ৰাতিটো পাৰ কৰে
ଉଦାହରଣ : এই আঁহত গছজোপাই এই ঠাইৰ চৰাইবোৰৰ বাহ
ଅର୍ଥ : পাটৰ পলুৰ ঘৰ সোমাই থকা ঘৰ
ଉଦାହରଣ : পাটৰ পলু বাহত ডাঙৰ হয়
ସମକକ୍ଷ : লেটা
ସଂସ୍ଥାପନ କରନ୍ତୁ