ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
ଉଦାହରଣ : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
ସମକକ୍ଷ : অট্টালিকা, ইমাৰত, কাৰেং, দালান, প্রাসাদ, ভৱন, মহল, সৌধ, হাউলি, হাবেলি
ଅର୍ଥ : যি ঠাইত ঘৰ সজা হয়
ଉଦାହରଣ : ঘৰৰ ভেটি বন্ধাৰ আগতে বাস্তুৰ পূজা কৰা হয়
ସଂସ୍ଥାପନ କରନ୍ତୁ