ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ঠাইত কোনোৱে বাস কৰে
ଉଦାହରଣ : চাফ-চিকুণ আৰু বায়ু চলাচল কৰা আবাস স্বাস্থ্যৰ কাৰণে লাভদায়ক
ସମକକ୍ଷ : আবাস, আৱাস, নিবাস
ଅର୍ଥ : যি ঠাই বা ক্ষেত্রত কোনো প্রাণীয়ে বসবাস কৰে
ଉଦାହରଣ : বাঘৰ বসতিস্থল জংঘল অনুগ্রহ কৰি নিজৰ বাসস্থানৰ বিষয়ে কওক
ସମକକ୍ଷ : আৱাস, নিৱাস, বসতিস্থল, বাস স্থান, মোকাম
ସଂସ୍ଥାପନ କରନ୍ତୁ