ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বালী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বালী   বিশেষ্য

ଅର୍ଥ : কিষ্কিন্ধাৰ বানৰ ৰজা যিজন সুগ্রীবৰ ককায়েক আৰু অংগদৰ পিতৃ আছিল

ଉଦାହରଣ : বালীক ভগৱান ৰামে মাৰিছিল

ଅର୍ଥ : ইণ্ডোনেছিয়াৰ এটা দ্বীপ

ଉଦାହରଣ : বালীৰ বেছিভাগ অধিবাসীয়েই হিন্দু

ସମକକ୍ଷ : বালী দ্বীপ

ଅର୍ଥ : বালী দ্বীপৰ লোকৰ ভাষা

ଉଦାହରଣ : তেওঁ নিজৰ খুৰীয়েকৰ পৰা বালী শিকিলে

ସମକକ୍ଷ : বালী ভাষা

ଅର୍ଥ : যি লিপিত বালী ভাষা লিখা হয়

ଉଦାହରଣ : বালীৰ হোটেলত লিখা বালী কথাখিনি তেওঁ পঢ়িব নোৱাৰিলে

ସମକକ୍ଷ : বালী লিপি