ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বানপানী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বানপানী   বিশেষ্য

ଅର୍ଥ : প্রলয় হিচাপে গণনা হোৱা গোটেই সংসাৰত বহুত দিনৰ পিছত হোৱা বানপানী

ଉଦାହରଣ : হিন্দু সকলৰ অনুসৰি বৈৱস্বত মনুৰ সময়ত আৰু খ্রীষ্টান, মুছলমান আদিৰ অনুসৰি হজৰত নুহৰ সময়ত এনে বান আহিছিল

ସମକକ୍ଷ : প্লাবন

ଅର୍ଥ : পানী বাঢ়ি উদ্ভৱ হোৱা দুর্যোগ বা বেছিকৈ বৰষুণ দিয়াৰ কাৰণে নদী, জলাশয় আদিৰ জলপৃষ্ঠই সীমা চেৰাই ইফালে-সিফালে বিয়পি পৰা কার্য:অতিপাত বৰষুণৰ কাৰণে বেছিভাগ নদীতেই বান আহিছে

ଉଦାହରଣ :

ସମକକ୍ଷ : প্লাৱন, বন্যা, বান