ଅର୍ଥ : নিজক কৰা উপকাৰ মানি লোৱা লোক
ଉଦାହରଣ :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
ସମକକ୍ଷ : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য
ଅର୍ଥ : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
ଉଦାହରଣ :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
ସମକକ୍ଷ : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, ধন্য