ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
ଉଦାହରଣ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
ସମକକ୍ଷ : কায়দা, নিয়ম, সিদ্ধান্ত
ଅର୍ଥ : ঋষি আদিৰ মান্য উপদেশ
ଉଦାହରଣ : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
ସମକକ୍ଷ : মত, সিদ্ধান্ত
ଅର୍ଥ : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
ଉଦାହରଣ : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
ସମକକ୍ଷ : মত, মতবাদ, সিদ্ধান্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ