ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
ଉଦାହରଣ : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
ସମକକ୍ଷ : পথ, মার্গ, ৰাস্তা
ଅର୍ଥ : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
ଉଦାହରଣ : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
ସମକକ୍ଷ : পথ, মার্গ, ্ ৰাস্তা
ଅର୍ଥ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
ଉଦାହରଣ :
ସମକକ୍ଷ : উপায়, চল, দাও, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
ସଂସ୍ଥାପନ କରନ୍ତୁ