ଅର୍ଥ : যান-বাহন আহি ৰোৱা আৰু প্রস্থান কৰা ঠাই
ଉଦାହରଣ :
বাছ আস্থানত যাত্রীৰ ভিৰ লাগিছে
ସମକକ୍ଷ : পৰিবহন কেন্দ্র, বাছ-আস্থান, বাছষ্টেণ্ড
ଅର୍ଥ : যি ঠাইত যাত্রীক নিবলৈ আৰু থʼবলৈ বাছবিলাক আহি ৰয়
ଉଦାହରଣ :
তেওঁ নিজৰ চহৰলৈ যোৱা বাছৰ কাৰণে বাছ আস্থানত এঘণ্টা ধৰি ৰৈ আছে
ସମକକ୍ଷ : বাছ পৰিবহণ কেন্দ্র, বাছ ষ্টেণ্ড, বাছআস্থান