ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভালদৰে বুজিলৈ কোনো কথা কোৱা কার্য
ଉଦାହରଣ : আৱিষ্কাৰকৰ ব্যাখ্যা শুনি সকলো সন্তুষ্ট হʼল
ସମକକ୍ଷ : প্রতিপাদন, ব্যাখ্যা
ଅର୍ଥ : কিবা কোৱা কার্য
ଉଦାହରଣ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
ସମକକ୍ଷ : কথন, কথা, বচন, বাক
ଅର୍ଥ : যিটো কোৱাৰ যোগ্য
ଉଦାହରଣ : আপুনি এই কথাটোক লৈ কিয় ইমান মচগুল হৈছে, এইটো কথনীয় নহয়
ସମକକ୍ଷ : উচ্চাৰণীয়, কʼবলগীয়া, কথনীয়, কথ্য, কহতব্য, কহনীয়, বচনীয়
ଅର୍ଥ : নিৰোপণ কৰাৰ যোগ্য বা বুজোৱাৰ যোগ্য
ଉଦାହରଣ : এই কবিতাটোৰ প্রতিপাদ্য বিষয় কি?
ସମକକ୍ଷ : অভিধেয়, প্রতিপাদ্য
ସଂସ୍ଥାପନ କରନ୍ତୁ