ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বাচ্চা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বাচ্চা   বিশেষ্য

ଅର୍ଥ : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী

ଉଦାହରଣ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

ସମକକ୍ଷ : কেঁচুৱাশিশু, পেন্দুকণা, বালক

ଅର୍ଥ : মতা সন্তান:কৃষ্ণ বাসুদেৱৰ লʼৰা আছিল

ଉଦାହରଣ :

ସମକକ୍ଷ : আপা, কিশোৰ, কুমাৰ, কোঁৱৰ, চোকোৰা, তনয়, দায়াদ, নন্দন, পুতাই, পুত্র, পো, বালক, লʼৰা

ଅର୍ଥ : কম বয়সীয়া লʼৰা বা ছোৱালী

ଉଦାହରଣ : তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়

ସମକକ୍ଷ : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী