ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)
ଉଦାହରଣ : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল
ସମକକ୍ଷ : অৱশিষ্ট, অৱশেষ
ଅର୍ଥ : যি বাকী হোৱাৰ কাৰণে দিয়া হয়
ଉଦାହରଣ : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে
ସମକକ୍ଷ : দিবলগীয়া, দেয়
ଅର୍ଥ : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে
ଉଦାହରଣ : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ
ସମକକ୍ଷ : বকেয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ