ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ফল, বীজ আদিৰ আৱৰণ
ଉଦାହରଣ : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
ସମକକ୍ଷ : ছাল, ত্বক, বল্কল, বাকল
ଅର୍ଥ : কোনো বস্তু আদিৰ পৰা এৰুৱাই দিয়া ছাল বিশেষ
ଉଦାହରଣ : তেওঁ ্গাইজনীক লাওৰ বাকলি খুৱাই আছে
ଅର୍ଥ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
ଉଦାହରଣ : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
ସମକକ୍ଷ : গছৰ ছাল, গছৰ বাকলি, ছাল, নিকৰ, বল্ক, বল্কল, বৃক্ষত্বক
ସଂସ୍ଥାପନ କରନ୍ତୁ