ଅର୍ଥ : বাগধাৰা সঠিক প্ৰয়োগৰ জ্ঞান অথবা ফকৰা যোজনাৰ সঠিক ৰূপত প্ৰয়োগ কৰাৰ জ্ঞান
ଉଦାହରଣ :
বাগধাৰা প্ৰয়োগৰ ক্ষমতা সকলোৰে নাথাকে
ସମକକ୍ଷ : বাগধাৰা প্ৰয়োগৰ ক্ষমতা
ଅର୍ଥ : কথা-বতৰা কোৱাত যিজন লোক সিদ্ধহস্ত বা চতুৰ
ଉଦାହରଣ :
তেওঁ নিজৰ বাক-পটুতাৰ কাৰণে সকলোকে প্রভাৱিত কৰি লʼব পাৰে
ସମକକ୍ଷ : বাক-পটুতা