ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : খুৰাৰ ছোৱালী
ଉଦାହରଣ : মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল
ସମକକ୍ଷ : খুৰাৰ ছোৱালী, ভণ্টি
ଅର୍ଥ : বয়সতকৈ ডাঙৰ ভনী
ଉଦାହରଣ : মোৰ বাইদেউ অধ্যাপিকা
ସମକକ୍ଷ : বা, বাই
ଅର୍ଥ : জেঠোদেউ বা পেহাৰ ছোৱালী
ଉଦାହରଣ : মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
ସମକକ୍ଷ : পেহাৰ ছোৱালী, ভণ্টি
ଅର୍ଥ : মামাৰ ছোৱালী
ଉଦାହରଣ : মোৰ মামাৰ ছোৱালী বেনাৰসত থাকে
ସମକକ୍ଷ : ভন্টি, মামাৰ ছোৱালী
ଅର୍ଥ : স্ত্রীৰ কাৰণে ব্যৱহাৰ কৰা সম্বোধন
ଉଦାହରଣ : বাইদেউ, এইয়া আপোনাৰ সামগ্রী নেকি?
ସଂସ୍ଥାପନ କରନ୍ତୁ