ଅର୍ଥ : যি লিপিৰ দ্বাৰা বাংলা ভাষা লিখা হয়
ଉଦାହରଣ :
গীতাঞ্জলী বাংলাত লিখা হৈছিল
ସମକକ୍ଷ : বাংলা লিপি, বাংলা-লিপি
ଅର୍ଥ : বেঙ্গলী ভাষাৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
বাংলা সাহিত্যত ৰবীন্দ্রনাথ ঠাকুৰৰ উল্লেখযোগ্য অৱদান আছে