ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ଉଦାହରଣ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
ସମକକ୍ଷ : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
ଅର୍ଥ : গা-গছৰ মাজে মাজে গাঁঠি আৰু পাব থকা এবিধ দীঘলীয়া, পোন উদ্ভিদ যি ঘৰৰ চালি, পাচি আদি বনোৱা কামত ব্যৱহাৰ হয়
ଉଦାହରଣ : তেওঁ নিজৰ বাগিচাত বাঁহগছ ৰুইছে
ସମକକ୍ଷ : বংশ, বাঁস, বাঁহগছ
ସଂସ୍ଥାପନ କରନ୍ତୁ