ଅର୍ଥ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
ଉଦାହରଣ :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
ସମକକ୍ଷ : উঠোৱা
ଅର୍ଥ : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা
ଉଦାହରଣ :
ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে
ଅର୍ଥ : কোনো পদত কার্যনি্র্বাহ কৰা
ଉଦାହରଣ :
চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল
ସମକକ୍ଷ : আসীন কৰা