ଅର୍ଥ : মজিয়া, মাটি বা খাট আদিত পিঠি লগাই গোটেই শৰীৰটো ভেজা দি জিৰণি লোৱা
ଉଦାହରଣ :
ভাগৰুৱা পথিকজনে জিৰাবলৈ গছৰ তলত কাতি হʼল
ସମକକ୍ଷ : কাতি হোৱা
ଅର୍ଥ : অলপ আঁউজি বা আহল বহলকৈ বহা
ଉଦାହରଣ :
তেওঁ ্বজাৰৰ পৰা আহি আৰামী চকীত বহি পৰিল
ସମକକ୍ଷ : হেলান দিয়া