ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বন্ধ হোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বন্ধ হোৱা   ক্ৰিয়া

ଅର୍ଥ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য

ଉଦାହରଣ : মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল

ସମକକ୍ଷ : আটক কৰা, গতিৰুদ্ধ হোৱা, ৰখা, ৰৈ যোৱা

ଅର୍ଥ : ৰোধ বা ৰৈ যোৱা

ଉଦାହରଣ : পানী যোৱা নলাটো অৱৰোধ হৈ গʼল

ସମକକ୍ଷ : অৱৰুদ্ধ হোৱা, অৱৰোধ হোৱা, আৱদ্ধ হোৱা

ଅର୍ଥ : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

ଉଦାହରଣ : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

ସମକକ୍ଷ : এৰা, থামা, ৰৈ যোৱা, ৰোৱা