ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ বন্ধু আছে
ଉଦାହରଣ : অলপ সময়ৰ ভিতৰতে বন্ধুত্বপূর্ণ ব্যক্তিৰ সহায়ত তেওঁৰ সৈতে বন্ধুত্ব গঢ়ি উঠিল
ସମକକ୍ଷ : মিত্রবান, মিত্রৱান, সসখা
ଅର୍ଥ : মিত্রতাৰে ভৰি থকা
ଉଦାହରଣ : শ্যামে শ্রেণীকোঠাত সকলো বিদ্যার্থীৰ লগত বন্ধুত্বপূর্ণ ব্যৱহাৰ কৰে
ସମକକ୍ଷ : মিত্রতাপূর্ণ
ସଂସ୍ଥାପନ କରନ୍ତୁ