ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বন্ধ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বন্ধ   বিশেষ্য

ଅର୍ଥ : দুখ, বিৰোধ বা অসন্তোষ ভাব দেখুৱাবৰ কাৰণে কল-কাৰখানা, কার্যালয় আদিৰ কর্ম্্চাৰী বা জন-সাধাৰণে ব্যৱসায়, দোকান আদি বন্ধ কৰি দিয়া কার্য

ଉଦାହରଣ : পৰিবহণৰ ওপৰত বন্ধৰ একো প্রভাৱ নপৰিল

ସମକକ୍ଷ : হৰতাল

বন্ধ   বিশেষণ

ଅର୍ଥ : আৱদ্ধ হৈ থকা

ଉଦାହରଣ : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়

ସମକକ୍ଷ : আৱদ্ধ

ଅର୍ଥ : যিটো প্রবাহিত নহয়

ଉଦାହରଣ : অপ্রবাহিত পানীত বহু ৰোগৰ বীজাণু পোৱা যায়

ସମକକ୍ଷ : অপ্রবাহিত, অপ্রৱাহিত

ଅର୍ଥ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰা বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰা এক স্থিতি

ଉଦାହରଣ : ছাত্রাবাসৰ প্রধান দুৱাৰ সন্ধিয়া আঠ বজাতে বন্ধ কৰে

ଅର୍ଥ : ৰৈ থকা

ଉଦାହରଣ : বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ কৰা হৈছে

ସମକକ୍ଷ : গতিহীন

ଅର୍ଥ : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়

ଉଦାହରଣ : সৌ বন্ধ নলাটো চাফা কৰি আছে

ସମକକ୍ଷ : অৱৰুদ্ধ, অৱৰোধিত, আৱদ্ধ, নিৰুদ্ধ, বাধাগ্রস্ত, ৰুদ্ধ