ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বন্দনা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বন্দনা   বিশেষ্য

ଅର୍ଥ : উপাসকে উপাস্য দেৱতাৰ গুণানুকী্র্তন ্ কৰা নৱবিধ ভক্তিৰ এক প্রকাৰ

ଉଦାହରଣ : মন্দিৰত ভক্তসকলে সকলো সময়তে বন্দনা কৰে

ସମକକ୍ଷ : বন্দন

ଅର୍ଥ : কোনো দেৱ-দেৱীৰ সন্মুখত ফুল, তুলসী, পানী আদি উচর্গা কৰি কৰা ধর্মীয় কার্য:ভগৱানক অন্তৰেৰে পূজা কৰিব লাগে

ଉଦାହରଣ :

ସମକକ୍ଷ : অর্চ্্না, আৰাধনা, উপাসনা, পূজা, পূজা-অর্চ্্না, পূজা-পাঠ, পূজা-পার্বন, স্তুতি

ଅର୍ଥ : কাৰোবাৰ স্তুতি, প্রশংসা আদি গোৱা আৰু প্রার্থন্াৰ সময়ত গোৱা পাঠ

ଉଦାହରଣ : এই কিতাপখনত সকলো দেৱ-দেৱীৰ প্রার্থন্া দিয়া আছে

ସମକକ୍ଷ : প্রার্থন্া, প্রার্থন্া গীত, স্তুতি গীত