ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বনোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বনোৱা   বিশেষ্য

ଅର୍ଥ : বনোৱাৰ কাম

ଉଦାହରଣ : চাইকেলখন বনোৱাত এঘণ্টা সময় লʼলে

বনোৱা   ক্ৰিয়া

ଅର୍ଥ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

ଉଦାହରଣ : আমি দুগোল দিলোঁ

ସମକକ୍ଷ : কৰা, দিয়া

ଅର୍ଥ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা

ଉଦାହରଣ : বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে

ସମକକ୍ଷ : নিযুক্ত কৰা

ଅର୍ଥ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

ଉଦାହରଣ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

ସମକକ୍ଷ : উঠোৱা, গঁথ্া, সজা, সাজি থকা

ଅର୍ଥ : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

ଉଦାହରଣ : কুমাৰে কলহ নি্র্মাণ কৰে

ସମକକ୍ଷ : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা

ଅର୍ଥ : ঘৰ বা দেৱাল আদি বনোৱা

ଉଦାହରଣ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

ସମକକ୍ଷ : উঠোৱা, সজা

ଅର୍ଥ : কোনো ৰূপলৈ অনা

ଉଦାହରଣ : তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে

ଅର୍ଥ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

ଉଦାହରଣ : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

ସମକକ୍ଷ : কৰা, সজোৱা