ଅର୍ଥ : সেই দ্বিপদী বিকশিত ্পশুবর্গ ্যʼৰ পৰা আধুনিক মানুহৰ জন্ম হৈছে
ଉଦାହରଣ :
নৃতত্ত্ববিদে বনমানুহৰ বিষয়ে গৱেষণা চলাই আছে নৃতত্ত্ববিদে অসমৰ শদিয়াত বনমানুহৰ অনুসন্ধান চলাই আছে
ଅର୍ଥ : মানুহৰ আকাৰৰ সৈতে মিল থকা নেজহীন এক প্রকাৰ ডাঙৰ বান্দৰ
ଉଦାହରଣ :
লʼৰা-ছোৱালীবোৰে চিৰিয়াখানাত বনমানুহক বাদাম খুৱাই আছে
ସମକକ୍ଷ : বন-মানুহ