ଅର୍ଥ : যিজনে কাণেৰে ভালদৰে শুনা নাপায় বা একেবাৰে নুশুনে
ଉଦାହରଣ :
এই বিদ্যালয়খন বধিৰসকলৰ কাৰণে খোলা হৈছে
ଅର୍ଥ : যিজনে শুনা নাপায়
ଉଦାହରଣ :
প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে
ସମକକ୍ଷ : কলা, কাণ গধুৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত