ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক
ଉଦାହରଣ : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে
ସମକକ୍ଷ : গুণ্ডা, দাদা, বজ্জাত, বদমাছ
ଅର୍ଥ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
ଉଦାହରଣ :
ସମକକ୍ଷ : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, ব্যভিচাৰী, লম্পট, লুচ্ছা
ଅର୍ଥ : যিজনে বৰ উৎপাত কৰে
ଉଦାହରଣ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
ସମକକ୍ଷ : উৎপতীয়া, খটাসুৰ, দুষ্ট
ଅର୍ଥ : যি উপদ্রৱ কৰে
ଉଦାହରଣ : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
ସମକକ୍ଷ : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, উৎপতীয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ