ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বঢ়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বঢ়া   বিশেষ্য

ଅର୍ଥ : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য

ଉଦାହରଣ : তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে

ସମକକ୍ଷ : আহাৰ যোগান

বঢ়া   ক্ৰিয়া

ଅର୍ଥ : গণনা বা জোখ-মাপত অধিক হোৱা

ଉଦାହରଣ : দুজন মানুহৰ কাৰণে আহাৰ বাঢ়িব

ସମକକ୍ଷ : অধিক হোৱা

ଅର୍ଥ : থালী বা পাতত আহাৰ দিয়া কার্য

ଉଦାହରଣ : মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে

ସମକକ୍ଷ : পৰিৱেশন কৰা, বিলোৱা

ଅର୍ଥ : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

ଉଦାହରଣ : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

ସମକକ୍ଷ : উলিওৱা, কঢ়া

ଅର୍ଥ : বর্ধন ্ কার্য

ଉଦାହରଣ : বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে

ସମକକ୍ଷ : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা

ଅର୍ଥ : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা

ଉଦାହରଣ : উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে