ଅର୍ଥ : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য
ଉଦାହରଣ :
তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে
ସମକକ୍ଷ : আহাৰ যোগান
ଅର୍ଥ : থালী বা পাতত আহাৰ দিয়া কার্য
ଉଦାହରଣ :
মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
ସମକକ୍ଷ : পৰিৱেশন কৰা, বিলোৱা
ଅର୍ଥ : বর্ধন ্ কার্য
ଉଦାହରଣ :
বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে
ସମକକ୍ଷ : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা
ଅର୍ଥ : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা
ଉଦାହରଣ :
উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে