ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অনাকাংক্ষিত ভাৱে হোৱা বহুত ডাঙৰ অঘটন বা অনিষ্ট
ଉଦାହରଣ : শ্রৱণৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অন্ধ মাক-পিতাকৰ ওপৰত বজ্রপাত পৰিল
ଅର୍ଥ : আকাশত মেঘে গৰজাৰ পিছত বিজুলীৰ তীব্র চমকনি পৃথিৱীত পৰা কার্য
ଉଦାହରଣ : কালি হোৱা বজ্রপাতত দুজন ব্যক্তি আহত হʼল
ସମକକ୍ଷ : বজ্রাঘাত
ସଂସ୍ଥାପନ କରନ୍ତୁ