ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নাটক আদিৰ চৰিত্রৰ মুখত দিয়া কথা:জয়শংকৰ প্রসাদৰ প্রায়বোৰ নাটকৰ সংলাপেই ৰসিকতাৰে ভৰা
ଉଦାହରଣ :
ସମକକ୍ଷ : কথোপকথন, ডায়লগ, সংলাপ
ଅର୍ଥ : কোৱা কথা
ଉଦାହରଣ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
ସମକକ୍ଷ : উক্তি, কথন, কোৱা, জবান, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা
ଅର୍ଥ : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য
ଉଦାହରଣ : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে
ସମକକ୍ଷ : কথা, জবান
ଅର୍ଥ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
ଉଦାହରଣ : আনৰ ভাল লগা কথাহে কোৱা উচিত
ସମକକ୍ଷ : কথা, বাণী
ଅର୍ଥ : কিবা কোৱা কার্য
ଉଦାହରଣ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
ସମକକ୍ଷ : কথন, কথা, বাক, বাচ্য
ସଂସ୍ଥାପନ କରନ୍ତୁ