ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বচন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বচন   বিশেষ্য

ଅର୍ଥ : নাটক আদিৰ চৰিত্রৰ মুখত দিয়া কথা:জয়শংকৰ প্রসাদৰ প্রায়বোৰ নাটকৰ সংলাপেই ৰসিকতাৰে ভৰা

ଉଦାହରଣ :

ସମକକ୍ଷ : কথোপকথন, ডায়লগ, সংলাপ

ଅର୍ଥ : কোৱা কথা

ଉଦାହରଣ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

ସମକକ୍ଷ : উক্তি, কথন, কোৱা, জবান, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

ଅର୍ଥ : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য

ଉଦାହରଣ : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে

ସମକକ୍ଷ : কথা, জবান

ଅର୍ଥ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ

ଉଦାହରଣ : আনৰ ভাল লগা কথাহে কোৱা উচিত

ସମକକ୍ଷ : কথা, বাণী

ଅର୍ଥ : কিবা কোৱা কার্য

ଉଦାହରଣ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল

ସମକକ୍ଷ : কথন, কথা, বাক, বাচ্য