ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বগা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বগা   বিশেষ্য

ଅର୍ଥ : যিজন ব্যক্তিৰ বৰণ বগা

ଉଦାହରଣ : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি

ଅର୍ଥ : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???

ଉଦାହରଣ : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া

ସମକକ୍ଷ : শুকুলা, শুক্ল, শ্বেত

ଅର୍ଥ : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়

ଉଦାହରଣ : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়

ସମକକ୍ଷ : চূণ, চূণ-শিল

বগা   বিশেষণ

ଅର୍ଥ : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়

ଉଦାହରଣ : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়

ସମକକ୍ଷ : চাদা

ଅର୍ଥ : চফা ৰঙৰ বা শ্বেত বর্ণৰ

ଉଦାହରଣ : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে

ସମକକ୍ଷ : শ্বেত, শ্বেতাংগ