ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মানৱ সমাজত বংশ-পৰম্পৰা অনুসৰি কৰা শ্রেণীবিভাগ:হিন্দু সমাজত একে জাতিৰ ভিতৰতে বিয়া হোৱা প্রথা আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : কুল, গোত্র, জাত, জাত-কুল, জাতি, বর্ণ, সম্প্রদায়, ্ জাত-পাত
ଅର୍ଥ : একেজন পূর্বপুৰুষৰ পৰা সৃষ্টি হোৱা ব্যক্তিৰ সমষ্টি বা বর্গ
ଉଦାହରଣ : উচ্চ বংশত জন্মগ্রহণ কৰিলেই কোনো উচ্চ হৈ নাযায়
ସମକକ୍ଷ : কুল, বংশ-কুল
ଅର୍ଥ : গা-গছৰ মাজে মাজে গাঁঠি আৰু পাব থকা এবিধ দীঘলীয়া, পোন উদ্ভিদ যি ঘৰৰ চালি, পাচি আদি বনোৱা কামত ব্যৱহাৰ হয়
ଉଦାହରଣ : তেওঁ নিজৰ বাগিচাত বাঁহগছ ৰুইছে
ସମକକ୍ଷ : বাঁস, বাঁহ, বাঁহগছ
ସଂସ୍ଥାପନ କରନ୍ତୁ