ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ফৰিয়াদী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ফৰিয়াদী   বিশেষ্য

ଅର୍ଥ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি

ଉଦାହରଣ : ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে

ସମକକ୍ଷ : অভিযোগকাৰী, গুচৰীয়া

ଅର୍ଥ : অভিযোগ লগোৱা কার্য

ଉଦାହରଣ : তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে

ସମକକ୍ଷ : গুচৰীয়া

ফৰিয়াদী   বিশেষণ

ଅର୍ଥ : যি গোচৰ দিয়ে বা ফৰিয়াদ কৰে

ଉଦାହରଣ : দ্বাৰপালে ফৰিয়াদী ব্যক্তিজনক ৰজাৰ ওচৰলৈ যাবলৈ নিদিলে

ସମକକ୍ଷ : গুচৰীয়া

ଅର୍ଥ : প্রার্থ্্না বা আবেদন কৰোঁতা

ଉଦାହରଣ : আজি প্রার্থী ্কর্ম্্চাৰীসকলৰ আবেদন-পত্রৰ বিচাৰ কৰা হʼব

ସମକକ୍ଷ : নিবেদক, প্রার্থী, প্রার্থ্্না কর্তা