ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ফ্রেম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ফ্রেম   বিশেষ্য

ଅର୍ଥ : ফটো বা আয়না বন্ধা চাৰিকোণীয়া আকৃতি

ଉଦାହରଣ : এই ছবিখনৰ ফ্রেম লগাই দিয়ক

ସମକକ୍ଷ : বাৰ, বৃতি

ଅର୍ଥ : কোনো বস্তু তৈয়াৰ কৰাৰ পূর্বে ্তাৰ অংগবোৰ জোৰা দি তৈয়াৰ কৰা এক পূর্বৰূপ ্যাৰ মাজত কোনো বস্তু জমা কৰিব বা লগাব পৰা যায়

ଉଦାହରଣ : তেওঁ ্ভগৱানৰ ছবিখনত কাঠৰ ফ্রেম লগালে

ଅର୍ଥ : ফটো, চছমা আদিৰ থকা কাঁচ আদিৰ আধাৰ

ଉଦାହରଣ : মোৰ চছমাৰ ফ্রেমটো চাৰিচুকীয়া