ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ফুটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ফুটা   বিশেষ্য

ଅର୍ଥ : কোনো ঠাইৰ মাজৰ খালী অংশ

ଉଦାହରଣ : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল

ସମକକ୍ଷ : ছিদ্র, জলা, বিন্ধা, ৰন্ধ্র

ଅର୍ଥ : ছেদ কৰা কার্য

ଉଦାହରଣ : গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়

ସମକକ୍ଷ : ছেদন

ফুটা   ক্ৰিয়া

ଅର୍ଥ : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা

ଉଦାହରଣ : এই ঢোলকটো ফুটি থাকিল

ସମକକ୍ଷ : ফুটি থকা

ଅର୍ଥ : টান বা গোটা বস্তুৰ আঘাতত ভাঙি যোৱা কার্য

ଉଦାହରଣ : কলহটো ফুটিল

ସମକକ୍ଷ : ভগ্ন হোৱা

ଅର୍ଥ : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা

ଉଦାହରଣ : ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব