ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ফান্দ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ফান্দ   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ চক্রান্তত পৰা কার্য

ଉଦାହରଣ : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে

ସମକକ୍ଷ : পাল্লা, ফন্দি

ଅର୍ଥ : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন

ଉଦାହରଣ : অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে

ସମକକ୍ଷ : জাল

ଅର୍ଥ : এক প্রকাৰৰ নিগনি ধৰা সজা

ଉଦାହରଣ : নিগনি ধৰা ফান্দত এটা নিগনি পৰিল

ସମକକ୍ଷ : নিগনি ধৰা ফান্দ, নিগনি মৰা ফান্দ

ଅର୍ଥ : ৰচী, তাৰ আদিৰ এনে এক পাশ যʼত পৰিলে জীব বান্ধ খাই পৰে আৰু বান্ধোন টান হৈ গʼলে মৰিবও পাৰে

ଉଦାହରଣ : চিকাৰীয়ে শহাটোক ফান্দত পেলালে

ସମକକ୍ଷ : পাশ