ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ফটোকেমেৰাৰ পৰা ওলোৱা চিত্র
ଉଦାହରଣ : এই আবেদন পত্রখনত নিজৰ এখন পাছপʼর্ট আকাৰৰ ফটো লগাই দিয়ক
ସମକକ୍ଷ : ছাঁয়াচিত্র, ্ছাঁয়া চিত্র
ଅର୍ଥ : কোনো বস্তু, ব্যক্তি আদিক যেনে আছে তেনে ধৰণে তৈয়াৰ কৰা প্রতিকৃতি
ଉଦାହରଣ : তেওঁ নিজৰ কোঠাত মহাপুৰুষৰ ফটো লগাই থৈছে
ସମକକ୍ଷ : চিত্র, ছবি
ସଂସ୍ଥାପନ କରନ୍ତୁ