ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ফটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ফটা   বিশেষ্য

ଅର୍ଥ : কিছুমান সাপৰ শিৰ বহলাই গছৰ পাতৰ দৰে আকাৰ কৰা ৰূপ

ଉଦାହରଣ : সাপডালে বীণৰ মাত শুনি তাৰ ফণা তুলি ইফালে-সিফালে ঘূৰিবলৈ ধৰিলে

ସମକକ୍ଷ : চকৰ, ফণা, ফেঁট, ্ফেণা

ফটা   ক্ৰিয়া

ଅର୍ଥ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়

ଉଦାହରଣ : তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল

ସମକକ୍ଷ : ফাটি যোৱা

ଅର୍ଥ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা

ଉଦାହରଣ : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়

ସମକକ୍ଷ : আঁতৰি যোৱা, আঁ্তৰা, ফাটি যোৱা

ଅର୍ଥ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য

ଉଦାହରଣ : গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে

ସମକକ୍ଷ : ফাটি যোৱা

ফটা   বিশেষণ

ଅର୍ଥ : কোনো বিক্রিয়াৰ কাৰণে এটা অৱস্থাৰ পৰা অন্য এক অৱস্থালৈ গতি কৰা

ଉଦାହରଣ : মায়ে ফটা গাখীৰৰ পৰা মিঠাই বনাই আছে