ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এবিধ সৰু পোক!চেনি, মিঠাই আদিত বগাই ফুৰা এবিধ সৰু পোক
ଉଦାହରଣ : মিঠাইৰ টেমাটো পৰুৱাৰে ভৰি আছে
ସମକକ୍ଷ : পিপীলিকা, পিপৰ, পিপৰা, পিম্পৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ