ଅର୍ଥ : কোনো বস্তু বা ব্যক্তিৰ দ্বাৰা ভালদৰে কাম কৰিব পৰা যাব নে নাযায় সেই সম্পর্কে বিচাৰ কৰি চোৱা কার্য
ଉଦାହରଣ :
নতুন গাড়ীখনৰ পৰীক্ষণ চলি আছে
ଅର୍ଥ : পৰীক্ষা কৰা বা বিচাৰ কৰা কাম
ଉଦାହରଣ :
এজন জ্যোতিষীয়ে মোৰ জন্ম-কুণ্ডলীৰ পৰীক্ষণ কৰিলে
ଅର୍ଥ : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে
ଉଦାହରଣ :
গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে
ସମକକ୍ଷ : নিৰূপণ, পৰখ, পৰীক্ষা, পৰীক্ষা-নিৰীক্ষা