ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ଉଦାହରଣ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ସମକକ୍ଷ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, হাল, হালত, ৰূপ
ଅର୍ଥ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা
ଉଦାହରଣ : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে
ସମକକ୍ଷ : আবহাওৱা, প্রতিবেশ, পৰিমণ্ডল, পৰিৱেশ, বাতাবৰণ, ্পর্য্যাবৰণ
ସଂସ୍ଥାପନ କରନ୍ତୁ