ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰিশিষ্ট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰিশিষ্ট   বিশেষ্য

ଅର୍ଥ : কোনো কিতাপৰ অতিৰিক্তি অংশ বিশেষ যʼত কিছমান এনেকুৱা কথা দিয়া থাকে যাৰ কাৰণে কিতাপখনৰ গুৰুত্ব আৰু বাঢ়ে

ଉଦାହରଣ : কিতাপখনৰ পৰিশিষ্ট পঢ়িয়েই জগতে কিতাপখন কিনি লʼলে

ଅର୍ଥ : কোনো গ্রন্থ, লেখা আদিৰ সেই অন্তিম অংশ যʼত দৰকাৰী বা ব্যৱহাৰিক কথা সন্নিৱিষ্ট কৰা হয় যিবোৰ পূর্বে উল্লেখ কৰা নাথাকে

ଉଦାହରଣ : শিক্ষকৰ মনোযোগ হঠাৎ পৰিশিষ্টৰ পিনে পৰিল

পৰিশিষ্ট   বিশেষণ

ଅର୍ଥ : থাকি যোৱা বা ৰাহি হোৱা

ଉଦାହରଣ : আপুনি এই পৰিশিষ্ট পৃষ্ঠা কেইটাও ছপাই দিয়ক