ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা
ଉଦାହରଣ : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে
ସମକକ୍ଷ : আবহাওৱা, প্রতিবেশ, পৰিস্থিতি, পৰিৱেশ, বাতাবৰণ, ্পর্য্যাবৰণ
ଅର୍ଥ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
ଉଦାହରଣ : এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
ସମକକ୍ଷ : পৰিধি, বৃত্ত পৰিধি, বৃত্ত সীমা
ସଂସ୍ଥାପନ କରନ୍ତୁ