ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
ଉଦାହରଣ : তেওঁ ্ পকা আম খাই আছে
ସମକକ୍ଷ : পকা
ଅର୍ଥ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
ଉଦାହରଣ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
ସମକକ୍ଷ : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, বিচক্ষণ, সিদ্ধহস্ত
ଅର୍ଥ : পূর্ণ বিকশিত
ଉଦାହରଣ : পৰিপক্ক মস্তিষ্কহে বিবেকৱান হʼব পাৰে
ସମକକ୍ଷ : প্রৌঢ়
ଅର୍ଥ : অনুভৱ কৰিব পৰা বা যিয়ে কোনো কাম, বস্তু আদিৰ অনুভৱ কৰিব পাৰে
ଉଦାହରଣ : এই কামটোৰ কাৰণে এজন অনুভবী ব্যক্তিৰ প্রয়োজন
ସମକକ୍ଷ : অনুভবী
ସଂସ୍ଥାପନ କରନ୍ତୁ