ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য
ଉଦାହରଣ : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে
ସମକକ୍ଷ : এৰা, ত্যাগ
ଅର୍ଥ : কোনো কাম বা ঘটনাৰ পৰা পূর্ণৰূপে আঁতৰি থাকিবৰ কাৰণে কৰা কোনো কার্য
ଉଦାହରଣ : তেওঁ সকলো কামতে পৰিত্যাগ কৰাৰ স্বভাৱ এটা আছে
ସମକକ୍ଷ : পৰি্বর্জন, পৰি্বর্জ্জন
ଅର୍ଥ : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য
ଉଦାହରଣ : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল
ସମକକ୍ଷ : উৎসর্গ, এৰা, ত্যাগ
ସଂସ୍ଥାପନ କରନ୍ତୁ