ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰিচাৰিকা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰিচাৰিকা   বিশেষ্য

ଅର୍ଥ : ৰোগী তথা নৱজাতক শিশুৰ সেৱাৰ বাবে প্রশিক্ষিত মহিলা

ଉଦାହରଣ : মোৰ ননদে বোম্বে হস্পিতেলত নার্চ কৰে

ସମକକ୍ଷ : চিষ্টাৰ, নার্চ

ଅର୍ଥ : ঘৰুৱা কাম-কাজ কৰা তথা সেৱা আগবঢ়ায়

ଉଦାହରଣ : আজিকালি কাম-বন কৰিবৰ কাৰণে মহিলাসকলে চাকৰণিৰ ওপৰত অধিক নি্র্ভৰ কৰে

ସମକକ୍ଷ : কিংকৰী, কিঙ্কৰী, চাকৰণী, দাসী, বান্দী, বেটী, লিগিৰী

ଅର୍ଥ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

ଉଦାହରଣ : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

ସମକକ୍ଷ : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক