ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰামর্শ দিয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰামর্শ দিয়া   ক্ৰিয়া

ଅର୍ଥ : কোনো কথাৰ প্রতি কাৰোবাৰ মনোযোগ আকর্ষিত কৰা কার্য

ଉଦାହରଣ : ৰজতে শ্বেয়াৰ বজাৰত টকা বিনিয়োগৰ পৰামর্শ দিলে

ଅର୍ଥ : কাৰোবাক কি কৰা উচিত বা কি হʼব লাগে সেই বিষয়ে কোৱা কার্য

ଉଦାହରଣ : শিক্ষাগুৰুৱে লʼৰা-ছোৱালীক এই কামটোৰ বিষয়ে পৰামর্শ দি আছিল

ସମକକ୍ଷ : উপদেশ দিয়া