ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
ଉଦାହରଣ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
ସମକକ୍ଷ : বলৱান, বাহাদুৰ, বীৰ, সাহসী, সুৰ
ଅର୍ଥ : যাৰ বিক্রম বা বীৰত্ব থাকে
ଉଦାହରଣ : চোহন এজন পৰাক্রমী ব্যক্তি
ସମକକ୍ଷ : প্রতাপী, বিক্রমী
ସଂସ୍ଥାପନ କରନ୍ତୁ