ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰশ্রীকাতৰতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰশ্রীকাতৰতা   বিশেষ্য

ଅର୍ଥ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট

ଉଦାହରଣ : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে

ସମକକ୍ଷ : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, খিয়াল, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা

ଅର୍ଥ : ঈর্ষাৰে পূর্ণ ্ হোৱাৰ অৱস্থা বা ভাব

ଉଦାହରଣ : ঈর্ষাপৰায়ণতাৰ কাৰণে মোহনে নিজৰ ধনী ভায়েকৰ ঘৰত জুই লগাই দিলে

ସମକକ୍ଷ : ঈর্ষাকাতৰতা, ঈর্ষানল, ঈর্ষাপৰায়ণতা, চকু পোৰা স্বভাৱ, দ্বেষপূর্ণ্্তা, পৰহিংসা, বিদ্বেষপৰায়ণতা